تنزيل Poshan Assamese HealthPhone Free لـ Android
sync_alt

تنزيل Poshan Assamese HealthPhone Free لـ Android

شرح تطبيق Poshan Assamese HealthPhone وكيفية استخدامه

এই ভিডিঅ39;টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা.

1. পুষ্টিহীনতাৰ লক্ষণসমূহ، কাৰণসমূহ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা

2. প্ৰসৱপূৰ্ব - গৰ্ভাৱস্থাত লোৱা যতন
3. জন্মৰ ছমাহৰ পিছত মাতৃদুগ্ধ আৰু খাদ্য প্ৰদান
4. পুষ্টিহীনতা প্ৰতিৰোধৰ শপত লওঁক

এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে.

প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়، ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত.

http://healthphone.org

.

تنزيل APK الاصدار 1.2 المجانية Free Download

يمكنك تنزيل Poshan Assamese HealthPhone APK 1.2 لـ Android مجاناً Free Download الآن عبر أبك داون مود.

الوسوم:

expand_more عرض أكثر
schedule متوفرة مجاناً android أندرويد 4.0.3 والأحدث update 2017-03-03
مُشاركة
share
shop تحميل من GooglePlay

التحميل متوفر مباشرةً من ولكننا ننصح بالتحميل من الماركت الافتراضي لهاتفك اذا توفر لديك حساب. info
يرجى قراءة تفاصيل التطبيق جيداً

android التحميل عبر أبك داون مود
إبــلاغ
report
15 visibility 0 - 0 accessibility مناسب لمن يبلغ 3 أعوام فما فوق